| আঙুৰলতা ডেকা |
|---|
| জন্ম |
নলবাৰী, অসম |
|---|
| ৰাষ্ট্ৰীয়তা |
ভাৰতীয়  |
|---|
| পেচা |
অভিনেত্ৰী, ৰাজনৈতিক নেত্ৰী |
|---|
| সক্ৰিয় হৈ থকা সময় |
২০০৬ - বৰ্তমানলৈ |
|---|
| দাম্পত্যসঙ্গী |
আকাশদ্বীপ ডেকা |
আঙুৰলতা ডেকা (ইংৰাজী: Angoorlata Deka) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷ ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত
ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা হয়।[1]
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
আঙুৰলতাৰ জন্ম হয় নলবাৰীত।[2] ২০০৬ চনত আমি অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগত খনত খোজ পেলায়। বৰ্তমানলৈ আঙুৰলতাই কেইবা খনো চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে কেইবাখনো ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিছে।
অভিনীত চলচ্চিত্ৰ[সম্পাদনা কৰক]
| বৰ্ষ |
চলচ্চিত্ৰ |
পৰিচালক |
টোকা
|
| ২০০৬ |
আমি অসমীয়া |
ৰাজীৱ ভট্টাচাৰ্য্য |
|
| ২০০৭ |
জোনদা ইমান গুণ্ডা |
চন্দ্ৰ মুদৈ |
|
| ২০১২ |
বাঁকৰ পুতেক |
চন্দ্ৰ মুদৈ |
|
| ২০১৩ |
সূৰ্যাস্ত |
প্ৰদ্যুৎ কুমাৰ ডেকা |
|
| ২০১৪ |
হিয়া দিবা কাক |
ৰাজীৱ বৰা |
|
| ২০১৪ |
জীয়া জুৰিৰ সুবাস |
সঞ্জীৱ সভাপণ্ডিত |
|
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "ANGOORLATA DEKA (Winner) BATADROBA (NAGAON)". myneta.info. http://myneta.info/assam2016/candidate.php?candidate_id=752। আহৰণ কৰা হৈছে: 23 May 2016.
- ↑ Ahmed, Hussain (2016-05-22). "10 Facts You Need to Know About Angoorlata" (en-US ভাষাত). http://www.magicalassam.com/2016/05/angurlata-angoorlata-actress-politics.html.
প্ৰ • আ • স
 অসমীয়া চলচ্চিত্ৰ |
|---|
| | দশক |
১৯৩০ • ১৯৪০ • ১৯৫০ • ১৯৬০ • ১৯৭০ • ১৯৮০ • ১৯৯০ • ২০০০ • ২০১০
| |
|---|
| | চলচ্চিত্ৰ পৰিচালক |
জ্যোতিপ্ৰসাদ আগৰৱালা • পাৰ্বতী প্ৰসাদ বৰুৱা • ফণী শৰ্মা • ভূপেন হাজৰিকা • কমল নাৰায়ণ চৌধুৰী • সুপ্ৰভা দেৱী • ভবেন্দ্ৰ নাথ শইকীয়া • জাহ্নু বৰুৱা • নিপ বৰুৱা • মুনিন বৰুৱা • ব্ৰজেন বৰুৱা • পদুম বৰুৱা • দ্বিবন বৰুৱা • আব্দুল মজিদ • পুলক গগৈ • শিৱপ্ৰসাদ ঠাকুৰ • সমৰেন্দ্ৰ নাৰায়ন দেৱ • অতুল বৰদলৈ • জুবিন গাৰ্গ •
|
|---|
| | সঙ্গীত পৰিচালক |
ভূপেন হাজৰিকা • ব্ৰজেন বৰুৱা • ৰমেন বৰুৱা • জয়ন্ত হাজৰিকা • দ্বিবন বৰুৱা • খগেন মহন্ত • জুবিন গাৰ্গ
|
|---|
| | অভিনেতা |
বিষ্ণুপ্ৰসাদ ৰাভা • ফণী শৰ্মা • ব্ৰজনাথ শৰ্মা • নিপন গোস্বামী • বিজু ফুকন • যতীন বৰা • তপন দাস • বিতং তালিকা চাওক.......
|
|---|
| | অভিনেত্ৰী |
আইদেউ সন্দিকৈ • মলয়া গোস্বামী • প্ৰস্তুতি পৰাশৰ • জেৰিফা ৱাহিদ • চেতনা দাস • বিতং তালিকা চাওক.......
|
|---|
| | অন্য বিষয় |
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা • ৰাজ্যিক চলচ্চিত্ৰ বঁটা • জ্যোতি চিত্ৰবন
|
|---|
|
শ্ৰেণী • ৱিকি কমন্স |
|
Nn لSXh w XiXیEe5mx 489Td Cc Gg k Wh v clip Ss نl 4Oo